About us


নমস্কাৰ

Axomiya Lyrics Songs (অসমীয়া লিৰিক্স চং) নামৰ এই ৱেবসাইটো এটা অসমীয়া গীতিকাব্য়ৰ ৱেবসাইট। এই অসমীয়া লিৰিক্স চং ৱেবসাইটোত নতুন নতুন অসমীয়া গানৰ কাব্য় (Lyrics) অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে আপোনালোকক দিবলে চেস্টা কৰিছো । 

লগতে অসমীয়া গানৰ কাব্য় (lyrics) বোৰ আপোনালোকে  PDF হিচাপে Downloads কৰিব পাৰিব। 

অসমৰ প্ৰায় বোৰ গীতিকাব্য় (lyrics) প্ৰদান কৰা ৱেবসাট বোৰে কেবল ইংৰাজী ভাষাতে দিয়ে। 

আমাৰ চেস্টা অসমৰ ৰাইজে প্ৰতিটো অসমীয়া গানৰ কথা (Lyrics) অসমীয়া ভাষাতেই অসমৰ ৰাইজে লাভ কৰে তাৰে চেস্টা।

আমি আশা কৰিছো অসমৰ ৰাইজে  অসমীয়া লিৰিক্স চং (Axomiya Lyrics Songs) নামৰ ৱেবসাইটো  আদৰি লব।

আপোনালোকে আমাৰ Facebook, Instagram ত Follows কৰিব পাৰে।

🙏ধন্য়বাদ।🙏


Axomiya Lyrics Songs - This website is a Assamese Lyrics website. In this Assamese Lyrics website available all-new Assamese Songs Lyrics Assamese and English in languages.

You will receive downloads in the PDF All Axomiya Songs Lyrics. 

If you want to read our articles on these Topics then please Visit this site and Follows Facebook and Instagram Also.

 Axomiya Lyrics Songs 
https://axomiya-lyrics-songs.blogspot.com/ ) is a huge collection of Assamese song lyrics, new Assamese song updates, All Axomiya Songs Lyrics Update, PDF Download, featured video clips for a seemingly endless array of artists, etc.

Thank you.
🙏🙏🙏